Local, Vocal, Global

Watch | Assam SEBA HSLC Result: মেট্ৰিকৰ ফলাফলকলৈ উৎফুল্লিত অসমৰ ভিতৰত প্ৰথম আৰু তৃতীয় স্থান লাভ কৰা দুইগৰাকী ছাত্ৰ-ছাত্ৰী

গুৱাহাটী: ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। যোৰহাটৰ আমিষী শইকীয়াই ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ। তাৰ বিপৰীতে ৰাজ্যৰ ভিতৰত তৃতীয় স্থানত সুখ্যাতিৰে সফলতা লাভ কৰে অনিৰ্বান বৰগোঁহাইয়ে। দুইগৰাকী যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰী। নিজৰ ফলাফলকলৈ দুইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উৎফুল্লিত হয় পৰে। আমিষী আৰু অনিৰ্বানৰ এই সফলতাত উৎফুল্লিত যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ লগতে যোৰহাটবাসী।