Local, Vocal, Global

Assam police recruitment physical examination postponed :গুৱাহাটীত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত

নিউজ ডেস্ক,৩অক্টোবৰ : গুৱাহাটীত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত। প্ৰতিকূল বতৰৰ বাবে এই সিদ্ধান্ত SLPRBৰ।

মহানগৰীৰ চতুৰ্থ আৰক্ষী বেটেলিয়নত হোৱাৰ কথা আছিল শাৰীৰিক পৰীক্ষা(Assam police recruitment physical examination postponed)।

বৰষুণৰ বাবে আজি বাতিল কৰিলে শাৰীৰিক পৰীক্ষা।

পুনৰ ৫ অক্টোবৰত অনুষ্ঠিত হ’ব শাৰীৰিক পৰীক্ষা।

লগতে পঢ়ক : Five Killed In Massive Blast At Illegal Firecracker Factory : আতচবাজী ফেক্টৰীত বিস্ফোৰণ;নিহত ৩জন,আহত ৫জন