WATCH | Assam Orunodoi Scheme: একাংশ যোগ্য মহিলাক অৰুনোদয় আঁচনিৰ পৰা নাম কৰ্তন
দেৰগাঁও,১৮মাৰ্চ : একাংশ যোগ্য মহিলাক অৰুনোদয় আঁচনিৰ পৰা নাম কৰ্তন । অৰুনোদয় আঁচনিৰ প্ৰ-পত্ৰ বাচনিৰ পৰা নাম কৰ্তন কেন্দ্ৰ কৰি দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল।
খুমটাই সমষ্টিৰ অন্তৰ্গত পশ্চিম মিছামৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মুদৈ গাঁৱৰ ২নং ৱাৰ্ডৰ নিবাসী মহিলাসকলে আজি দেৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।
উল্লেখযোগ্য সততে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড থাকিলে অৰুনোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি প্ৰকাশ কৰিছিল। তেনে সময়তে খুমটাই সমষ্টিৰ মুদৈ গাঁৱৰ একাংশ মহিলাৰ নাম কৰ্তন হোৱা কেন্দ্ৰ কৰি দেৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজো কৰি ন্যায় প্ৰদানৰ দাবী তুলিছে(Assam Orunodoi Scheme)।
ভুক্তভুগি মহিলা সকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ন্যায় প্ৰদান কৰিবলৈ দাবী তুলিছে।
লগতে পঢ়ক : WATCH | Sivsagar News : আজি টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰত প্ৰতিবাদ