Local, Vocal, Global

WATCH | Assam Orunodoi 3.0 Scheme : অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাক লৈ নামতি আলি গাঁও পঞ্চায়তত মহিলাৰ ক্ষোভ

গেলেকী,২৯মাৰ্চ : নামতিত অৰুণোদয় আঁচনিক লৈ ক্ষোভ মহিলাৰ

অৰুণোদয় আঁচনিক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসমৰ বিভিন্ন প্ৰান্তত । এইবাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাক লৈ নামতি আলি গাঁও পঞ্চায়তত মহিলাৰ ক্ষোভ ।

মুখ্যমন্ত্ৰীয়ে গৌৰৱ কৰা অৰুণোদয় ৩.০ত অনিয়মৰ অভিযোগ নামতি আলি গাঁও পঞ্চায়তত(Assam Orunodoi 3.0 Scheme)।

অসমৰ বিভিন্ন প্ৰান্তত বাছনি সমিতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপিত হৈছে ।

তাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়নখণ্ডৰ অন্তৰ্গত নামতি আলি গাঁও পঞ্চায়ততো অৰুণোদয় আঁচনিৰ পৰা যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন তথা বাদ পৰি যোৱাৰ অভিযোগ উঠিছে ।

যাৰ বাবে এতিয়া ক্ষোভত ভাগি পৰিছে এইসকল মহিলা ।

মুখ্যমন্ত্ৰীলৈ আহ্বান মহিলাৰ যোগ্য হিতাধিকাৰীক এই আচঁনিৰ অন্তৰ্ভুক্ত কৰক ।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁৱত সাংবাদিকৰ প্ৰতিবাদ