Assam Online Trading Scam: আজি আদালত হাজিৰ কৰোৱা হ’ব চুমি-তাৰ্কিক আৰু বিশাল ফুকনক

নিউজ ডেস্ক,২৬অক্টোবৰ : আজি আদালত হাজিৰ কৰোৱা হ’ব চুমি-তাৰ্কিক আৰু বিশাল ফুকনক।
CJMৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাব তিনিওকে।
বিয়লি ৩ বজাত হাজিৰ কৰোৱা হ’ব চুমি-তাৰ্কিক বৰা আৰু বিশাল ফুকনক(Assam Online Trading Scam)।
বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰাক।
CJMৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাব তিনিওকে।
লগতে পঢ়ক:ADRE Phase-3 exam: চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ ৰে’ল