Local, Vocal, Global

Assam MLA Manab Deka’s Brother Allegedly Dies by Suicide :বিধায়ক মানৱ ডেকাৰ ভাতৃৰ চৰম সিদ্ধান্ত

নিউজ ডেস্ক,১৩অক্টোবৰ : বিধায়ক মানৱ ডেকাৰ ভাতৃ আৰু নাই।

বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত।

ভাতৃ কল্যাণ ডেকাৰ নিজ গৃহৰ কাৰ্যালয় কক্ষত আত্মহত্যা ।

শনিবাৰে নিশা প্ৰায় ১১-৪৫ বজাত সংঘটিত হয় এই অনাকাঙ্খিত ঘটনা(Assam MLA Manab Deka’s Brother Allegedly Dies by Suicide)।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল ভাতৃ কল্যাণ ডেকা।

নিহত কল্যাণ ডেকাই অসম সচিবালয়ত চাকৰি কৰিছিল।

সম্প্ৰতি এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৰ্তমানো জানিব পৰা হোৱা নাই আত্মহত্যাৰ প্রকৃত কাৰণ।

মানসিক অস্থিৰতাৰ বাবেই চৰম সিদ্ধান্তৰ সন্দেহ।

লগতে পঢ়ক :Asam Sahitya Sabha : শিক্ষাবিদ ড০ অনিল শইকীয়াক অসম সাহিত্য সভাৰ উপ-সভাপতি পদত প্ৰক্ষেপ