Local, Vocal, Global

Assam Minister Bimal Borah’s convoy meets with accident :মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত,আহত ৬জন

নিউজ ডেস্ক, ৯ মাৰ্চ : মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত । তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ গাড়ীসমূহ সভালৈ গৈ থাকোঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন । গৰু পোৱালিয়ে অগা-ভেটা দিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো(Assam Minister Bimal Borah’s convoy meets with accident in Sivasagar)। দুৰ্ঘটনাত ৬ জন লোক আহত হয় । মোদীৰ অনুষ্ঠানলৈ অহাৰ সময়ত শিৱসাগৰৰ ডন পাব্লিক স্কুলৰ সমুখত সংঘটিত হয় ঘটনাটো ।

এজন আৰক্ষী,২ দলীয় কৰ্মী সহ ৬ জন আহত হয়(Assam Minister Bimal Borah’s Convoy Meets With Accident During PM Modi’s Visit In Sivasagar)।

লগতে পঢ়ক : Massive Fire Breaks Out at Baihata Chariali : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ১১টাকৈ বাসগৃহ