Local, Vocal, Global

WATCH | Assam Mid-day Meal Cooks and Helpers Association protested : খানাপাৰাত ৰান্ধনী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

নিউজ ডেস্ক,১১জুন : মহানগৰীৰ খানাপাৰাত ৰান্ধনী সন্থাৰ বিশাল প্ৰতিবাদ।

ৰান্ধনী আৰু সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে প্ৰতিবাদ।

কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰান্ধনী সন্থাৰ(Assam Mid-day Meal Cooks and Helpers Association protested)।

মধ্যাহ্ন ভোজনৰ দায়িত্ব অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনক দিয়াৰ বিৰোধিতা।

দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধ কৰাৰ হংকাৰ প্ৰতিবাদীৰ।

প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

লগতে পঢ়ক : WATCH | Teok News : পূৱ যোৰহাটৰ ঢেকীয়াখোৱাৰ সীমান্ত বৰাই খোল বাদন, বৰগীতৰে বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে