WATCH | Assam Legislative Assembly Session :অসম বিধানসভা বাজেট অধিবেশন ২০২৫ ৰ আজি দ্বিতীয়টো দিন
নিউজ ডেস্ক,১৯ফেব্ৰুৱাৰী : অসম বিধানসভা বাজেট অধিবেশন ২০২৫ ৰ আজি দ্বিতীয়টো দিন ৷ বাজেট অধিবেশনৰ কাৰ্যক্ৰমণিকা অনুসৰি আজি পুৱা ৯-৩০ বজাত প্ৰশ্নোত্তৰকালৰ পাছত অধ্যক্ষই অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা কৰিব(Assam Legislative Assembly Session)।
উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৷ ইয়াৰ পাচত এদিনীয়া বিৰতিৰ অন্তত আজিৰে পৰা পুনৰ অসম বিধানসভাত বাকী অধিৱেশন অনুষ্ঠিত হ’ব।
লগতে পঢ়ক :WATCH|North Guwahati: ন ৰূপত উজলি উঠিব উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰূদ্ৰেশ্বৰ দেৱালয়