WATCH | Assam Legislative Assembly Budget Session 2025: আজি অসম বিধানসভা বাজেট অধিবেশনৰ তৃতীয় দিন
নিউজ ডেস্ক,২০ফেব্ৰুৱাৰী : আজি অসম বিধানসভা বাজেট অধিবেশনৰ তৃতীয় দিন ৷
অধিৱেশনৰ দ্বিতীয় দিনা সভা স্থগিত প্ৰস্তাৱেৰে শাসকীয় পক্ষই উত্তাল কৰিলে সদন । শাসক–বিৰোধী উভয় পক্ষৰ ৪ বাৰকৈ সভা স্থগিত প্ৰস্তাৱত বহু সময় ধৰি অচল হৈ পৰে বিধানসভা । তিনিবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয় অধ্যক্ষই(Assam Legislative Assembly Budget Session 2025)।
পানী যোগান আঁচনি আৰু জলজীৱন মিচনত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলি বুধবাৰে সদনৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল বিধায়ক অখিল গগৈ।