Local, Vocal, Global

WATCH | Assam HSLC Result 2025 : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাক্সাৰ দিশান্ত শৰ্মাৰ সফলতা

মুছলপুৰ,১২এপ্ৰিল : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাক্সাৰ দিশান্ত শৰ্মাৰ সফলতা ।

লাভ কৰিছে আটাইকেইটা বিষয়ত লেটাৰসহ ৯৬.৩% নম্বৰ(Assam HSLC Result 2025)।

শিক্ষক পৰিয়ালৰ সন্তান দিশান্তৰ সফলতাত আৱেগিক শিক্ষক পিতৃ, শিক্ষক বৰদেউতাক ।

থমনা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ আছিল দিশান্ত শৰ্মা ।

ভৱিষ্যতে ভাল মানুহ হোৱাৰ মন ছাত্ৰজনৰ ।

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাজত পাৰ্থক্য নথকা বুলি মন্তব্য । ইচ্ছা থাকিলে সকলো সম্ভৱ বুলিও কয় দিশান্তই ।

লগতে পঢ়ক : WATCH | Bihu workshop : সোণাপুৰত অনুষ্ঠিত বিহু নাচ কৰ্মশালা ২০২৫ সামৰণি