Local, Vocal, Global

WATCH | Assam HS First Year Exam Cancellation: ‘৫বছৰত শিক্ষামন্ত্ৰী হৈ ৰণোজ পেগুৱে এটাও পৰীক্ষা সুকলমে পাতিব নোৱাৰিলে’

নিউজ ডেস্ক,২৩মাৰ্চ : ‘৫বছৰত শিক্ষামন্ত্ৰী হৈ ৰণোজ পেগুৱে এটাও পৰীক্ষা সুকলমে পাতিব নোৱাৰিলে’

‘ বিফল হিচাপে আপুনি পদত্যাগ কৰিব লাগে নে নালাগে? তাৰ উত্তৰ দিয়ক ‘

HSৰ প্ৰথম বাৰ্ষিকৰ প্ৰশ্ন কাকত ফাদিলক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ক্ষোভ(Assam HS First Year Exam Cancellation)।

লগতে পঢ়ক : WATCH : Bhupen Borah : APCC ৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল