Assam Govt To Shut Mobile Internet On October 27 For Recruitment Exam : দেওবাৰে ৰাজ্যজুৰি বন্ধ থাকিব ইণ্টাৰনেট সেৱা

নিউজ ডেস্ক,২৬অক্টোবৰ : ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা।
ADRE পৰীক্ষা সুকলমে সম্পন্ন কৰিবলৈ সাজু ৰাজ্য চৰকাৰ।
চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে শুকুৰবাৰে ৰাজ্য চৰকাৰে জাৰি কৰে বিশেষ জাননী(Assam Govt To Shut Mobile Internet On October 27 For Recruitment Exam)।
জাননী অনুসৰি…
ADREৰ বাবে দেওবাৰে ৰাজ্যজুৰি বন্ধ থাকিব ইণ্টাৰনেট সেৱা।
চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কৰ্তন কৰা হ’ব ইণ্টাৰনেট সেৱা।
দেওবাৰে পুৱা ৮:৩০ বজাৰ পৰা ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট।
আকৌ আবেলি ৪ বজাৰ পাছত পুনৰ সক্ৰিয় হ’ব ইণ্টাৰনেট সেৱা।
লগতে পঢ়ক :Road Accident in Dudhnoir: অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহীৰ