Local, Vocal, Global

Assam govt employees will get special casual leave : ৰাজ্য চৰকাৰী কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ

নিউজ ডেস্ক, ২৬ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰী কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ।

৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব ছুটী।

৬ আৰু ৮ নৱেম্বৰত ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটী(Assam govt employees will get special casual leave)।

৭ নৱেম্বৰ চট পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

https://matripitrivandana.assam.gov.in ৱেবছাইটৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে কৰিব পাৰিব আৱেদন।

লগতে পঢ়ক : Bhaskar Dutta allowed to leave after a 2-hour marathon interrogation : ২ঘণ্টা মাৰথান জেৰাৰ অন্তত নিশাই যাবলৈ দিয়া হয় ভাস্কৰ দত্তক