Assam Governor visit Ganesh temple : অভয়াপুৰীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গনেশ মন্দিৰ পৰিদৰ্শন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
বঙাইগাঁও,২৩ছেপ্তেম্বৰ : বঙাইগাঁও জিলাৰ অভয়াপুৰীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গনেশ মন্দিৰ পৰিদৰ্শন অসমৰ ৰাজ্যপাল গৰাকীৰ(Assam Governor visit Ganesh temple)।
মন্দিৰ পৰিদৰ্শনৰ অন্তত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে, গনেশ মন্দিৰ দৰ্শন কৰি মনত শান্তি লাভ কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বদিশত উন্নয়ন হোৱাৰ লগতে জনসাধাৰণৰ মনত সুখ আৰু আনন্দই বিৰাজ কৰক।
লগতে পঢ়ক :Road Accident in Dhubri : তীব্ৰ বেগী আল্ট্রা বাছৰ খুন্দা মালবাহী ট্ৰাকত;আহত যাত্ৰী