Local, Vocal, Global

WATCH | Assam Floods : দেৰগাঁৱত বানে লৈছে ভয়াৱহ ৰূপ

দেৰগাঁও,৪জুন : জেঠৰ প্ৰথমটো বানত বিধস্ত পূৰ্বৰ দেৰগাঁও সমষ্টি বৰ্তমান টিয়ক সমষ্টিৰ অন্তৰ্গত ৪০ নং পন্সায়তৰ বেলগুৰি,বোকোৰা,চিনাইচুক,বৰমুকলি,কলিয়া,নেউল,আমগুৰি ,কলমৌগুৰি গাঁৱৰ বৃহৎ অঞ্চল(Assam Floods)।

ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নি পানীৰ ফলত বড়ো ধানৰ কেইবা হেক্টৰ কৃষিভূমি,পশু পক্ষীৰ অনিষ্ট সাধন । বানপানীত আতংকিত ৰাইজৰ।

আজি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে নৱ নিৰ্বাচিত জিলা পৰিষদ ললিতা পেগু দলে, আঞ্চলিক সদস্যা ৰিমজিম দলে।

লগতে পঢ়ক : WATCH | Hajo News : হাজোৰ মিলপাৰাত কলাজল নৈৰ তাণ্ডৱ