WATCH | Assam Floods : ভয়ংকৰ বানৰ কৱলত কাছাৰৰ কাটিগৰাৰ কেইবাখনো গাঁও
শিলচৰ,৪জুন : ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰৰ কাটিগৰাত ভয়ংকৰ বান। বানৰ তলত কাটিগৰা’ৰ কেইবাখনো গাঁও।
দ্ৰুতগতিত বাঢ়িছে পানী। ফলত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে অঞ্চলজুৰি। বানত বুৰ গৈছে ঘৰ দুৱাৰ(Assam Floods)।
দ্ৰুতগতিত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
লগতে পঢ়ক : WATCH | Arunachali liquor seized : শোনিতপুৰত অৰুণাচলী সুৰা জব্দ