Local, Vocal, Global

WATCH | Assam Floods: যিকোনো মুহূৰ্ততে ছিঙি যাব পাৰে ৰাষ্ট্ৰীয় ঘাইপথ

নিউজ ডেস্ক,৩১মে’ : এয়া লক্ষীমপুৰৰ পহুমাৰৰ গেংধালি মাজ গাঁৱৰ দৃশ্য।

ৰাষ্ট্ৰীয় ঘাইপথৰ বানত সম্পূৰ্ণ ৰূপে ডুব গৈ আছে যাৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথত যান-বাহন সমূহ আবদ্ধ হৈ আছে। দূৰ দূৰণি পৰা যি সকল লোক যাব লগীয়া আছিল লোকসকল এতিয়া ঘাই পথত ৰৈ আছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এতিয়াও এক আঠু এক কঁকাল পানী তথাপিও অতি বিপদ সংকল ভাৱে পাৰ হৈ আছে যদিও লক্ষীমপুৰৰ জিলা প্ৰশাসনে দুই এখন বাহন হে যাবলৈ অনুমনি দিছে ।

পহুমাৰা মাজ গাঁৱৰ গেংধালিত এনে পৰিবেশ দেখিবলৈ পোৱা গৈছে(Assam Floods)।

সাধাৰণ মানুহৰ ঘৰ দুৱাৰ সেই সকল মানুহ ঘৰ দুৱাৰ বানৰ মাজত ডুব গৈ আছে।

লগতে পঢ়ক : WATCH | Bank News : বেংকত কৰ্মচাৰীয়ে আপোনাক দুৰ্ব্যৱহাৰৰকৰিছে নেকি?