Local, Vocal, Global

Assam eviction drive: শীঘ্ৰে গোৱালপাৰাৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : এইবাৰ শীঘ্ৰে বনাঞ্চলত চলিব উচ্ছেদ অভিযান । গোৱালপাৰাৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত শীঘ্ৰে চলিব উচ্ছেদ।

জানিব পৰা মতে, ২৪ আৰু ২৫ ছেপ্টেম্বৰত বন বিভাগে চলাব উচ্ছেদ অভিযান। বেদখলকাৰীৰ কবলত আছে বনাঞ্চলখনৰ কেইবা হেক্টৰ বনভূমি। বনভূমি দখল কৰি বাস কৰি আহিছে ২০০ৰো অধিক পৰিয়ালে। ইতিমধ্যে বন বিভাগে জাৰি কৰিছে উচ্ছেদৰ জাননী। বনাঞ্চলখনত আছে সৰ্বমুঠ ১১৮.০২ হেক্টৰ বনভূমি(Assam eviction drive)।

লগতে পঢ়ক :Tezpur Medical College : তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাভূত-নাশ্ৰুত ঘটনা