Local, Vocal, Global

Assam Direct Recruitment Examination : ADRE ক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ

নিউজ ডেস্ক,৭অক্টোবৰ : Assam Direct Recruitment Examinationক গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ।

সামাজিক মাধ্যম ‘X’ যোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই Assam Direct Recruitment Examination ক লৈ কৰিলে বিশেষ ঘোষণা

তৃতীয় বৰ্গৰ তৃতীয় প্ৰশ্নকাকতৰ দৰে চতুৰ্থ আৰু পঞ্চম প্ৰশ্নকাকতৰ OMR শ্বীট আৰু ANSWER KEY উপলব্ধ হ’ব ইণ্টাৰনেটত।

৮-২২ অক্টোবৰৰ ভিতৰত ডাউনলোড কৰিব পাৰিব OMR শ্বীট পৰীক্ষাৰ্থীয়ে( Assam Direct Recruitment Examination)।

৯ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা উপলব্ধ হ’ব ANSWER KEY ইণ্টাৰনেটত। চতুৰ্থ আৰু পঞ্চম প্ৰশ্নকাকতৰ দুয়োতাৰে উপলব্ধ হ’ব ANSWER KEY।

৯-১৮ অক্টোবৰলৈ Assam Direct Recruitment Examinationক পৰীক্ষাৰ্থীয়ে দিব পাৰিব ওজৰ-আপত্তি।

www.site.sebaonline.org আৰু www.assam.gov.in ত উপলব্ধ হ’ব প্ৰশ্নকাকত।

লগতে পঢ়ক :Puja Bonus For TEA Workers : চাহ শ্ৰমিকলৈ পূজাৰ বিশেষ বোনাচ ৰাজ্য চৰকাৰৰ