Local, Vocal, Global

WATCH | Assam Congress spokesperson Reetam Singh detained : জাগীৰোডত কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক আটক

জাগীৰোড,১২এপ্ৰিল : জাগীৰোডত কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক আটক।

জাগীৰোড আৰক্ষীয়ে আটক কৰে কংগ্ৰেছ নেতাগৰাকীক।

মৰিগাঁৱৰ পৰা জামিন লাভ কৰাৰ পিছতে সোধপোছৰ বাবে আটক ৰিতম সিঙক(Assam Congress spokesperson Reetam Singh detained)।

ৰিতমৰ বিৰুদ্ধে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু আইমী বৰুৱাই দাখিল কৰিছিল এজাহাৰ।

বিভিন্ন সময়ত সামাজিক মাধ্যমত SC/ST ৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ।

জাগীৰোড আৰক্ষী থানাত ৮৬/২০২৫ নম্বৰৰ গোচৰ ৰুজু হৈছে।

লগতে পঢ়ক : WATCH | Student goes missing : মহাৰাষ্ট্ৰত মাদ্ৰাছা পঢ়িবলৈ গৈ নিৰুদ্দেশ দুই কিশোৰ