Assam CM Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ কলাক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়াক লৈ বৃহৎ ঘোষণা

নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী : নিযুক্তি প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা। শনিবাৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী চৰকাৰী কৰ্মচাৰীক লৈ কৰিলে বৃহৎ ঘোষণা।
১ এপ্ৰিলৰ পৰা UPSৰ ভিতৰত পৰিব নৱ -নিযুক্তসকল।
চাকৰি ১০ বছৰৰ থকা সকলে এটা নিয়মিত পেঞ্চন পাব। ২৫ বছৰ চাকৰি থকা সকলে আন পৰ্যায়ত লাভ কৰিব পেঞ্চন(Assam CM Himanta Biswa Sarma)।
নিয়মীয়া শিক্ষকে লাভ কৰিব মুখ্যমন্ত্ৰীৰ আৰোগ্য যোজনা আঁচনি, লাভ কৰিব প্ৰধান শিক্ষক ,অধ্যক্ষ পদটো নিযুক্তিৰ সুবিধা।
আনফালে চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনা হ’লে ১ কোটি টকা পৰ্যন্ত সাহাৰ্য। মৃত্যু হ’লে ৬০ বছৰ পৰ্যন্ত পৰিয়ালে লাভ কৰিব দৰমহা।
লগতে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব ঋণ। ২০২৬ৰ পৰা লাভ কৰিব পাৰস্পৰিক বদলিৰ সুবিধা। নিযুক্তিৰ ৯০ শতাংশই পেঞ্চনৰ সুবিধা লাভ কৰিব।
লগতে পঢ়ক:Unified Pension Scheme:ৰাজ্যত প্ৰযোজ্য হ’ব ইউনিফাইড পেঞ্চন আঁচনি