Local, Vocal, Global

Assam CM Himanta Biswa Sarma: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক,১ফেব্ৰুৱাৰী : লোকসেৱা ভৱনত অসম কেবিনেটৰ বৈঠক সমাপ্ত।

শুকুৰবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে(Assam CM Himanta Biswa Sarma)।

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিয়ে(Assam CM Himanta Biswa Sarma big announcement)।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীয়ে আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩০ লাখ টকাৰ ঋণ ল’ব পাৰিব।

৩৭,২২৭ গৰাকী কৰ্মচাৰীয়ে পূৰ্বৰ ১৫ লাখৰ পৰিৱৰ্তে ৩০ লাখ টকাৰ ঋণ ল’ব পাৰিব।

পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলে Home Loanৰ বাবদ ল’ব পাৰিছিল ১৫ লাখ টকাৰ ঋণ। কেবিনেট বৈঠকত এই ঋণৰ পৰিমাণ ৩০ লাখ টকালৈ বৃদ্ধি কৰা হয়।

লগতে পঢ়ক :Union Budget 2025: ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ পাছতেই মূল্যবৃ্দ্ধি পাব জোতা-চেণ্ডেলৰ