Local, Vocal, Global

Puja Bonus For TEA Workers : চাহ শ্ৰমিকলৈ পূজাৰ বিশেষ বোনাচ ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক,৭অক্টোবৰ : ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে সুখবৰ । চাহ শ্ৰমিকসকলে লাভ কৰিব শাৰদীয় দুৰ্গা পূজাৰ বোনাচ ।

চাহ শ্ৰমিকলৈ পূজাৰ বিশেষ বানচ ৰাজ্য চৰকাৰৰ(Puja Bonus For TEA Workers)।

চাহ শ্ৰমিকলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে মোকলাই দিছে ৭৮ কোটি টকা(Assam CM announces 20 per cent puja bonus for tea garden workers)

১০ লাখৰো অধিকে লাভ কৰিব ২০% বোনাচ।

৮০০ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীয়ে লাভ কৰিব বোনাচ।

লগতে পঢ়ক :Accident took place on the Zoo Road flyover : গুৱাহাটী মহানগৰীৰ জু- ৰোডত নিশা সুৰামত্ত যুৱক-যুৱতীৰ অতপালি