Local, Vocal, Global

WATCH | Assam Cabinet Meeting: দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত কেবিনেট বৈঠক

দেৰগাঁও,২১মে’ : দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত কেবিনেট বৈঠক।

মঙলবাৰে অৰ্থাৎ ২০ মে’ ত দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ কনভেনচনেল হলত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হয় ৷ আজি বুধবাৰে ঠিক একেই স্থানতে পুৱা ১০ বজাৰ পৰা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সকলৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়(Assam Cabinet Meeting)।

কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পাছত সংবাদ মেল সংবোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেল যোগে কয় যে সংবাদ মেলৰ পাছতেই যোৰহাটলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে পঢ়ক : WATCH | Mushalpur News : ”প্ৰমোদ বড়োৰ অৱস্থা থৰক-বৰক”