Assam By-election Results 2024:চামগুৰিত অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন
নিউজ ডেস্ক,২৩নৱেম্বৰ : উপ নিৰ্বাচনৰ সকলোতকৈ চৰ্চিত সমষ্টি চামগুৰি। আকৰ্ষণীয় হৈ পৰিছে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচন(Assam By-election Results 2024)।
পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। পুৱাৰে পৰা বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই সমষ্টিটোত অগ্ৰগতি লাভ কৰি আছিল যদিও শেহতীয়াকৈ তাঞ্জিল হুছেইনে লাভ কৰিছে অগ্ৰগতি।
৬১০টা ভোটৰ ব্যৱধানত চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন আগবাঢ়ি আছে।
লগতে পঢ়ক:Four Including Three of a Family Killed in Nagaon: বিয়াৰ পূৰ্বে একেটা পৰিয়ালৰ চাৰিজনকৈ লোকক ডিঙি কাটি হত্যা