Assam Businessman Shot Dead In Dimapur : নাগালেণ্ডত অসমৰ ব্যৱসায়ীক গুলীয়াই হত্যা

নিউজ ডেস্ক,৮জুন : নাগালেণ্ডত অসমৰ ব্যৱসায়ীক গুলীয়াই হত্যা। কৰিমগঞ্জৰ কায়ুম তালুকদাৰক হত্যা দুৰ্বৃত্তৰ ।কৰ্মসূত্ৰে ডিমাপুৰত আছিল কায়ুম তালুকদাৰক ।
কৰিমগঞ্জৰ ভাংগা মহাকল এলেকাৰ নিবাসী আছিল তালুকদাৰ ।কিছুদিন পূৰ্বে উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল কৰিমগঞ্জৰ কায়ুম তালুকদাৰক ।
তাৰ পিছতে মুক্তি লাভ কৰি ওলাই আহিছিল ব্যৱসায়ীগৰাকী(Assam Businessman Shot Dead In Dimapur) ।
লগতে পঢ়ক : Narendra Modi oath-taking ceremony: কাইলৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে