WATCH | Assam Budget 2025: ১১:৩০ বজাৰ লগে লগে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ‘‘অসম বাজেট ২০২৫-২৬’’
নিউজ ডেস্ক,১০ মাৰ্চ : পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ আজি দশম দিন।
অপেক্ষাৰ অন্ত পৰিল ৷ ১১:৩০ বজাৰ লগে লগে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ‘‘অসম বাজেট ২০২৫-২৬’’ ৷ সন্মুখত আছে ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচন । সেয়ে ৰাজ্যবাসীৰ লগতে সকলো ৰাজনৈতিক দলৰেই দৃষ্টি নিবদ্ধ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰা আগন্তুক বিত্তীয় বৰ্ষৰ এই বাজেটখনৰ ওপৰত(Assam Budget 2025)।
২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন হ’ব শেষৰখন পূৰ্ণাংগ বাজেট।
লগতে পঢ়ক : WATCH | Rangia News: ভিঠেলীপাৰা বাসুদেৱ সত্ৰত বাৰ্ষিক সৱাহ মহোংসৱ