Local, Vocal, Global

Asom sahitya sabha:সাহিত্য সভাৰ দদৰা কাৰ্যনিৰ্বাহকত মাৰপিটৰ ঘটনা

নিউজ ডেস্ক,২৯ডিচেম্বৰ : পুনৰ অসম সাহিত্য সভাত মাৰপিটৰ ঘটনা। সাহিত্য সভাৰ দদৰা কাৰ্যনিৰ্বাহকত মাৰপিটৰ ঘটনা।

কাৰ্যনিৰ্বাহকৰ আদৰণি সমিতিৰ দায়িত্বত থকা তথা প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিৎ প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰিলে এজনক(Asom sahitya sabha)।

জানিব পৰা মতে, সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত অংশ ল’বলৈ আহিছিল লোকজন। তেনে সময়তে সুশীল চন্দ্ৰ ডেকাক প্ৰহাৰ কৰিলে প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিৎ প্ৰসাদ শৰ্মাই।নিমন্ত্ৰণী পত্ৰ নোপোৱাক লৈ উপেন্দ্ৰ জিৎ শৰ্মাক প্ৰশ্ন কৰিছিল সুশীল চন্দ্ৰ ডেকাই। তাৰ পিছতে সংঘটিত হয় মাৰপিট।

লগতে পঢ়ক :Drugs peddler arrested along with drugs:হাটশিঙিমাৰীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ; আটক সৰবৰাহকাৰী