WATCH | Ashraful Hussain : ‘অসম চৰকাৰে লোৱা ঋণৰ টকা ক’ত কিমান খৰচ কৰিছে?’
নিউজ ডেস্ক,৪ মাৰ্চ : ‘চৰকাৰে বছৰত ২৪ হাজাৰ কোটি ঋণ লয়’। ‘অসম চৰকাৰে লোৱা ঋণৰ টকা ক’ত কিমান খৰচ কৰিছে?’’
অসম চৰকাৰে কি হাৰত ঋণ লৈ আছে? চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক আশ্ৰাফুল হুছেইন(Ashraful Hussain)।
লগতে পঢ়ক :WATCH | Debabrata Saikia : ‘বিষয়টো ভালদৰে নজনাকৈ মুখ্যমন্ত্ৰীয়ে বক্তব্য কৰা অনুচিত’