WATCH | Ashok Singhal : এতিয়া গোৱালপাৰৰ কথা ক’লে কেৱল টুপী, দাড়ি আৰু পাইজামাৰ কথা মনলৈ আহে ‘
নিউজ ডেস্ক,২৭মাৰ্চ : এতিয়া গোৱালপাৰৰ কথা ক’লে কেৱল টুপী, দাড়ি আৰু পাইজামাৰ কথা মনলৈ আহে ‘
‘এটা সময়ত গোৱালপাৰা যি মান-মৰ্যাদা আছিল সেয়া আকৌ ঘূৰাই আনিব লাগিব’
‘নিজৰ মানুহক সুৰক্ষা দিয়া দায়িত্ব আপোনালোকে আমাক দিছে, এই কাম আমি কৰিম’
‘জাতি, মাটি, ভেটি বচাব হ’লে সকলো এক গোট হ’ব লাগিব’
নিৰ্বাচনী সভাত মন্ত্ৰী অশোক সিংঘলৰ মন্তব্য(Ashok Singhal)
লগতে পঢ়ক : WATCH | Road Accident : চাপৰৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি