Local, Vocal, Global

WATCH | Arup Kumar Dey : ‘আপোনালোকো বাংলাদেশী, আমিও বাংলাদেশী, আমাৰ লিগেচী একেই’

নিউজ ডেস্ক,২৬মাৰ্চ : অৰূপ কুমাৰ দে’ৰ বিতৰ্কিত মন্তব্য। ‘আপোনালোকো বাংলাদেশী, আমিও বাংলাদেশী, আমাৰ লিগেচী একেই’। কোকৰাঝাৰৰ মুক্তাপাৰাত অনুষ্ঠিত ইফটাৰ পাৰ্টিত BTCৰ বিজেপিৰ কাৰ্যবাহী সদস্যৰ এই বিতৰ্কিত মন্তব্য(Arup Kumar Dey)।

লগতে পঢ়ক : WATCH | Akhil Gogoi: দিলৱাৰ হুছেইন মজুমদাৰক আটকক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ