Arunachali liquor seized in Sonitpur : শোণিতপুৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

জামুগুৰিহাট,১৬ছেপ্তেম্বৰ : শোণিতপুৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ ৰঙাপৰা আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰে সুৰাখিনি ৷
জানিব পৰা মতে,অসম অৰুনাচল সীমান্তৰ ১২ মাইলৰ AR – 04- 3126 নম্বৰৰ এখন বাহনত অবৈধ ভাৱে মজুদ ৰখা অৱস্থাত জব্দ কৰে সুৰাখিনি(Arunachali liquor seized in Sonitpur)৷
এক গোপন সুত্ৰৰ পম খেদি আবকাৰী আৰু আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ।
জব্দকৃত সুৰা খিনিৰ মূল্য প্ৰায় ১লাখ টকা হ’ব বুলি আবকাৰী সূত্ৰই প্ৰকাশ কৰে।
লগতে পঢ়ক : Donald Trump Golf Club Shooting : পুনৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি গুলীচালনা