WATCH | Arunachali liquor seized : শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ
জামুগুৰিহাট,২৫মাৰ্চ : শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ।
ৰঙাপৰা আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি ৷
চাৰিদুৱাৰৰ এৰালীলগা গাঁৱৰ পৰা আবকাৰী বিভাগে জব্দ কৰে অবৈধ অৰুনাচলী সুৰাখিনি ৷
এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে সুৰাখিনি(Arunachali liquor seized)৷
জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ২লাখ ১০ হাজাৰ টকা হব বুলি আৱকাৰী সূত্ৰত প্ৰকাশ।
লগতে পঢ়ক : WATCH | Ranjeet Kumar Dass : বিহুৰ পিছত হ’ব পঞ্চায়ত নিৰ্বাচন