Local, Vocal, Global

WATCH | Arunachali liquor seized : শোণিতপুৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

জামুগুৰিহাট,১২ মাৰ্চ : শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ।

ৰঙাপৰা আবকাৰী বিভাগৰ দলে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযান জব্দ হয় অৰুনাচলী সুৰা।

চাৰিদুৱাৰৰ আমলগা গাঁৱত অভিযান চলাই জব্দ কৰে কেইবা কাৰ্টুন অবৈধ অৰুণাচলী সুৰা(Arunachali liquor seized)

জব্দকৃত অৰুনাচলী সুৰাখিনিৰ মূল্য ৭২০০০ হেজাৰৰো অধিক টকা হব বুলি আবকাৰী সূত্ৰত প্ৰকাশ।

লগতে পঢ়ক :WATCH | Daul festival : দৌল উৎসৱ উপলক্ষে অভয়াপুৰীত ৰঙৰ সমাহাৰ