WATCH | Artificial Flood in Jorabat : মুষলধাৰ বৰষুণৰ পিছতে যোৰাবাটত অবৰ্ণনীয় পৰিস্থতি
নিউজ ডেস্ক,২৯মে’ : মুষলধাৰ বৰষুণৰ পিছতে যোৰাবাটত অবৰ্ণনীয় পৰিস্থতি।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এবুকুলৈকে পানী। উজনি-নামনিৰে যোগাযোগ প্ৰায় বিঘ্নিত।
স্কুল বাছ-বাছ অন্যান্য যান-বাহন আবদ্ধ কৃত্ৰিম বানত(Artificial Flood in Joraba)।
সাগৰসদৃশ হৈ পৰিছে যোৰাবাটৰ ৰাজপথ।
এইয়া হৈছে উন্নয়নৰ আন এটা ৰূপ।
লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও প্ৰেছ ক্লাবত যুৱ নেতা ৰাইহান উদ্দিনৰ সংবাদমেল সম্বোধন