WATCH | Artificial Flood in Guwahati : নিশাৰ পৰা অহা এজাক বৰষুণতে মহানগৰীত কৃত্ৰিম বান
সোণাপুৰ,২০মে’ : ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত মুষলধাৰ বৰষুণ! ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ । কৃত্ৰিম বানে জীয়াতু ভোগাইছে ৰাইজক(Artificial Flood in Guwahati) ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিচতেই ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে মুষলধাৰ বৰষুণ। ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। এইবাৰ এজাক বৰষুণতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত।
নিশাৰে পৰা অহা এজাক বৰষুণতে ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। কৃত্ৰিম বানত হাহাকাৰ ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ জনতাৰ।
কৃত্ৰিম বানত ডুব গৈছে কাহিলীপাৰা গণেশ টাৰ্ণিংট।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা