Local, Vocal, Global

WATCH | Artificial Flood in Dibrugarh : এজাক বৰষুণতে কৃত্ৰিম বান ডিব্ৰুগড় মহানগৰত

ডিব্ৰুগড়,১৪মে’ : এজাক বৰষুণতে কৃত্ৰিম বান ডিব্ৰুগড় মহানগৰৰ মোহনাঘাট আমোলাপট্টী এম ই স্কুলত।

কৃত্ৰিম বানৰ বাবে অভিভাৱকৰ অনুৰোধ বিদ্যালয়ৰ অৰ্ধ ছুটিৰ(Artificial Flood in Dibrugarh)।

কৃত্ৰিম বানৰ বাবে অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ নিদেৰ্শনা অনুসৰি বিদ্যালয় অৰ্ধ ছুটি।

লগতে পঢ়ক : WATCH | Chapar Theft: চাপৰত চিলনী চোৰৰ উপদ্ৰৱ