Local, Vocal, Global

Army officer imposter arrested in Shillong : নিজকে কেপ্টেইন বুলি পৰিচয় দি গ্ৰেপ্তাৰ যুৱক

নিউজ ডেস্ক,২৫জুলাই : এই আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন । নিজকে কেপ্টেইন বুলি পৰিচয় দি গ্ৰেপ্তাৰ যুৱক।

মেঘালয়ৰ সেনা শিবিৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক কৰিছে এজন সেনাবাহিনীৰ ভুৱা কেপ্টেইন। নিজকে অসম ৰেজিমেণ্টৰ কেপ্টেইন ৰূপে চিনাকি দি দিছিল যুৱকজনে।

নিজকে অসম ৰেজিমেণ্টৰ কেপ্টেইন ৰূপে নিজকে পৰিচয় দিয়া যুৱকজনক কাৰ্বি আংলঙৰ ডকমকাৰ ছাৰ ছেৰণ ৰংপী । সেনাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত নিৰ্বিঘ্নে ঘূৰি ফুৰিছিল যুৱকজনে। যুৱকজনৰ চালচলনত সন্দেহ ওপজাত আটক কৰে সেনাই(Army officer imposter arrested in Shillong)।

লগতে পঢ়ক : Sensational Incident : জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক