Armed Miscreants Ambush Assam Rifles Vehicle In Tinsukia’s Namdang : মাৰ্ঘেৰিটাৰ নামডাঙত আছাম ৰাইফলছ আৰু উগ্ৰপন্থীৰ গুলীয়াগুলী

নিউজ ডেস্ক,১৬ এপ্ৰিল : প্ৰধানমন্ত্ৰী অসম আগমনৰ প্ৰাকমুহূৰ্তত তিনিচুকীয়াত ভয়ংকৰ ঘটনা।
মাৰ্ঘেৰিটাৰ নামদাঙত সন্দেহযুক্ত NSCN কেডাৰৰ আছাম ৰাইফলচলৈ গুলীচালনা(Armed Miscreants Ambush Assam Rifles Vehicle In Tinsukia’s Namdang)।
চাংলাঙৰ পৰা মাৰ্ঘেৰিটা অভিমুখে তিনিখন গাড়ীৰে আহি আছিল সেনাৰ দলটো । এখন গাড়ী নিৰাপদ স্থানলৈ আহে যদিও দুখন গাড়ী ঘটনাস্থলীতে আৱদ্ধ হৈ ৰয় ।বিদ্ৰোহী গোটৰ ডাঙৰ এটা দলে আক্ৰমণ কৰে আছাম ৰাইফলচলৈ লক্ষ্য কৰি ৷ বোমা-গ্ৰেণেড-ৰকেট লান্সাৰেৰে আক্ৰমণ আছাম ৰাইফলচৰ ওপৰত ৷
চাংলাং জিলাৰ নামডাং গেটৰ ওচৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ মঙলবাৰে পুৱা ৮ বজাৰ পৰা প্ৰায় ডেৰ ঘণ্টা ধৰি চলে আক্ৰমণ ৷ এই এম্বুছৰ আঁৰত ULFA-I জড়িত থকাৰ সন্দেহ নিৰাপত্তা বাহিনীৰ ৷ হতাহতৰ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই ৷ ঘটনাস্থলীলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী(Armed miscreants ambush Assam Rifles vehicle in Tinsukia, heavy firing underway) ৷
লগতে পঢ়ক : Tragic Road Accidents Across Assam : এক মৰ্মান্তিক দুৰ্ঘটনা; নিহত চাৰিজন