WATCH | APYC President Zubair Anam detained: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমক আটক
নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমক আটক।
নিজা বাসগৃহৰ পৰা আটক কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক(APYC President Zubair Anam detained)।
অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ উদ্যোগত আজি অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাৰ আগমূহুৰ্তত প্ৰশাসনে সভাপতি গৰাকীক আটক কৰে।