Local, Vocal, Global

WATCH | APSC Scam : বিপ্লৱ শৰ্মা প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

নিউজ ডেস্ক,১৯ফেব্ৰুৱাৰী : APSC কেলেংকাৰীৰ জড়িত থকা বহু ৰথী-মহাৰথীৰ নাম ডিলিট কৰা হৈছে(APSC Scam)

বিপ্লৱ শৰ্মা প্ৰতিবেদনখনত অন্তৰ্ভুক্ত হোৱা নাই বহু বিষয়াৰ নাম’

‘প্ৰতিবেদনখন আধৰুৱা হৈছে , চৰকাৰে একাংশক বচাব বিচাৰিছে’

‘প্ৰতিবেদনখন ২০২২তে প্ৰস্তুত হৈছিল, প্ৰকাশ কৰোঁতে বিলম্ব কৰিছে চৰকাৰে’

‘দোষীক শাস্তি দিয়াৰ পক্ষত চৰকাৰ নাই’

বিপ্লৱ শৰ্মা প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া বিধায়ক মনোৰঞ্জন তালুকদাৰৰ।

লগতে পঢ়ক :WATCH | Road Accident :নিৰ্মীয়মান পথত ৰাখি থোৱা ঠিকাদাৰৰ মেচিনত খুন্দা মটৰ চাইকেলৰ