Local, Vocal, Global

Andhra Pradeshত মৃত্যু অসমৰ যুৱকৰ

নিউজ ডেস্ক, ৩ জুন : পুনৰ কামৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, Andhra Pradeshত মৃত্যু হৈছে অসমৰ এজন যুৱকৰ ।

অসমৰ জামুগুৰিহাটৰ Tupiaৰ বাসিন্দা ইমদাদুল শ্বাহ নামৰ যুৱকজন ইমদাদুল শ্বাহ নামৰ মৃতব্যক্তিজন কামৰ উদ্দেশ্যে বাংগালুৰুলৈ গৈছিল আৰু ঈদ উপলক্ষে ঘৰলৈ উভতি আহিছিল।

দুৰ্ভাগ্যবসত অন্ধ্ৰ প্ৰদেশৰ এটা ৰেল ষ্টেচনত ৰেলৰ পৰা পৰি মৃত্যুবৰণ কৰে যুৱকজনে।

বাতৰি অনুসৰি, শ্বাহ তিনি মাহ আগতে বাংগালুৰুলৈ গৈছিল আৰু ৰে’লযোগে ঘৰলৈ উভতি আহিছিল।