পুনৰ বৃদ্ধি পালে আমূল গাখীৰৰ দাম…

জনসাধাৰণ ওপৰত পুনৰ আন এক মাধমাৰ!পুনৰ বৃদ্ধি পালে আমূল গাখীৰৰ দাম।আজিৰে পৰা ৩ টকাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ আমূল গাখীৰৰ।বিগত বৰ্ষৰ অক্টোবৰ মাহতো দাম বৃদ্ধি কৰিছিল আমূল গাখীৰৰ।
গুজৰাট কোঅ’পাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচনে সদৰী কৰিছে এই তথ্য।