Local, Vocal, Global

WATCH | AMSU protests: ডবকাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ

ডবকা,২৬ফেব্ৰুৱাৰী : ডবকাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ ।

আমছুৱে ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ(AMSU protests)।

মাটি দালাল ভু-মাফিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

তাৰ সমান্তৰালকৈ আজিৰ উদ্দিনক হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীৰ লগতে কেবাটাও দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদৰ জৰিয়তে দিয়ে বিভিন্ন শ্লোগান।

লগতে পঢ়ক:WATCH | Maha Shivratri : ধেমাজি বিষ্ণু মন্দিৰৰ চৌহদত থকা ঐতিহাসিক শিৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ