Local, Vocal, Global

WATCH | Amritpal Singh : খালীস্তানী বিদ্ৰোহী অমৃত পাল সিঙৰ সাত সহযোগীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ লৈ যোৱা হৈছে

ডিব্ৰুগড়,২০মাৰ্চ : খালীস্তানী বিদ্ৰোহী অমৃত পাল সিঙৰ সাত সহযোগীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ লৈ যোৱা হৈছে। ডিব্ৰুগড়ৰ পৰা দিল্লী হৈ পঞ্জাৱলৈ বিমানযোগে লৈ যোৱা হৈছে আটাইকেইটা খালিস্তানী বিদ্ৰোহীক।

প্ৰথম পৰ্যায়ত ৩ জনক বিমানত লৈ যোৱা হৈছে, পৰৱৰ্তী পৰ্যায়ত বাকী কেইগৰাকীক লৈ যোৱা হয়(Amritpal Singh)।

চৰকাৰী সূত্রই কোনো তথ্য প্ৰকাশ কৰা নাই সেয়ে কথাবোৰ স্পষ্ট নহয়।

প্ৰায় দুবছৰ ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে খালিস্তানপন্থী নেতা তথা সাংসদ অমৃত পাল সিং আৰু ৮ সহযোগী।

লগতে পঢ়ক : WATCH | Sonapur News : এইবাৰ গেলামাল দোকানত বিলাতী সুৰা