Local, Vocal, Global

WATCH | Amit Shah: গো-মাতাক শুশ্ৰষা গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : কইম্বাটুৰত নতুন বিজেপি ভৱন মুকলি ।

গো-মাতাক ঘাঁহ খুৱাই শুশ্ৰষা কৰি নতুন বিজেপি ভৱন মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে কইম্বাটুৰত(Amit Shah)।

লগতে পঢ়ক :WATCH | Smart metre: স্মার্ট মিটাৰৰ পৰা ৰেহাই পাব অসমবাসীয়ে