Alto Carrying Smuggled Wild Animals Seized: চতিয়াত জব্দ চোৰাংকৈ বন্য জন্তু কঢ়িয়া এল্টো বাহন
চতিয়া,৮জানুৱাৰী : চতিয়াত আৰক্ষীয়ে কৰায়ত্ব কৰিলে চোৰাংকৈ বন্য জন্তু কঢ়িয়াই এখন এল্টো বাহন।
চতিয়া আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং চলাই থকাৰ সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা এল্টো বাহনৰ পৰা এটা হৰিণা ,দুটা জহামাল,আঠটাকৈ চৰাই লগতে দুই বস্তা কীট প্ৰতংগ।
জব্দকৃত এল্ট বাহনখনৰ নম্বৰ হ’ল AR -O5A-A480(Alto Carrying Smuggled Wild Animals Seized in Sootea) ।
ৰাৰন মেৰি নামৰ অৰুণাচলী ব্যক্তিজনে ভালুকপুংৰ পৰা ইটানগৰলৈ চোৰাংকৈ বন্যজন্তু সমূহ কঢ়িয়াই আনিছিল(Alto Carrying Smuggled Wild Animals Seized)।
লগতে পঢ়ক :Assam Congress: বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী