Local, Vocal, Global

WATCH | Ali Aye Ligang: মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ

নিউজ ডেস্ক,১৯ফেব্ৰুৱাৰী : আজি আলি আঃয়ে লৃগাং।মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। এই‌ উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ।

প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়(Ali Aye Ligang)।

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ।

লগতে পঢ়ক:WATCH| Soota news: টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰ সংঘৰ নাগশংকৰ আঞ্চলিকৰ চতিয়া থানাত এজাহাৰ