Akhil Gogoi: ৰেকৰ্ডিং নকৰি ধৰা নপৰা হ’লে আজি তেওঁ পুৰস্কাৰ পালেহেঁতেন :অখিল গগৈ
নিউজ ডেস্ক,১৮নৱেম্বৰ : জনতাৰ ওপৰত পুলিচৰ বৰ্বৰতা বিজেপি চৰকাৰৰ দিনত অধিক হৈছে
ৰেকৰ্ডিং কৰিলে বাবেহে সমগ্ৰ ঘটনা পোহৰলৈ আহিল(Akhil Gogoi)
ৰেকৰ্ডিং নকৰি ধৰা নপৰা হ’লে আজি তেওঁ পুৰস্কাৰ পালেহেঁতেন
জ্ঞানদ্বীপৰ সৈতে হোৱা ঘটনা সন্দৰ্ভত আৰক্ষী-প্ৰশাসন, চৰকাৰৰ ওপৰত সৰৱ বিধায়ক অখিল গগৈ